Breaking

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত নিউয়ৰ্ক-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানত…

0 51

নতুন দিল্লীঃ এক চাঞ্চল্যকৰ পৰিঘটনাত নিউয়ৰ্ক-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানত বিজনেছ ক্লাছত এগৰাকী মহিলা সহযাত্ৰীক প্ৰস্ৰাৱ কৰিলে মদ্যপানৰ অৱস্থাত থকা এগৰাকী যাত্ৰীয়ে।

খবৰ অনুসৰি ২০২২ চনৰ ২৬ নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা।

Leave A Reply

Your email address will not be published.