১৪ ফেব্ৰুৱাৰীক ‘গৰু আলিংগন দিৱস’ হিচাপে উদযাপন কৰাৰ আবেদন প্ৰত্যাহাৰ কৰিছে চৰকাৰে।
মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ পশুপালন আৰু দুগ্ধ বিভাগৰ অধীনস্থ ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে যোৱা ৬ ফেব্ৰুৱাৰীত এই আবেদন জাৰি কৰিছিল।