লখিমপুৰ জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকতা খগেন গগৈৰ আকস্মিক বিয়োগ…

লখিমপুৰ জিলাৰ এগৰাকী বলিষ্ঠ নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকতা খগেন গগৈ ডাঙৰীয়াৰ আকস্মিক বিয়োগৰ খবৰে মৰ্মাহত কৰিছে ৷

লখিমপুৰৰ সমাজ জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত গগৈ ডাঙৰীয়াৰ বিয়োগ লখিমপুৰৰ লগতে অসমৰ সামাজিক ক্ষেত্ৰখনৰ বাবেও অপূৰণীয় ক্ষতি৷ তেখেতৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷

আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ৷
|| ওম শান্তি ||

Related Articles