Breaking

পানীৰ তলত ৪ মিনিট আৰু ৬ ছেকেণ্ড চুমা খাই বিশ্ব অভিলেখ গঢ়িলে এই দম্পতীহালে…

0 73

দক্ষিণ আফ্ৰিকাৰ বেথ নীল আৰু কানাডাৰ মাইলছ ক্লাউটিয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰাৰ সিদ্ধান্ত লয়। পানীৰ তলত ৪ মিনিট ৬ ছেকেণ্ড চুমা খাই পানীৰ তলত আটাইতকৈ দীঘলীয়া চুমা খোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এই চুমা ক্লিপটো শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টো চোৱাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছে। এজন নেট ব্যৱহাৰকাৰীয়ে লিখিছে “সঁচাকৈয়ে মনোৰঞ্জনদায়ক। ইমান দিনে চুমা খাব পাৰি বুলি মোৰ কোনো ধাৰণা নাছিল।

Leave A Reply

Your email address will not be published.