Breaking

সুখবৰ ! মুকলি হ’ল এইমছৰ বহিঃ বিভাগ…

0 104

দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্ত পেলাই উত্তৰ গুৱাহাটীস্হিত এইমছৰ বহিঃবিভাগ মুকলি কৰা হয় ৰোগী সকলৰ বাবে। এই বিষয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সদৰি কৰি কয় যে হৃদৰোগৰ পৰা আৰম্ভ কৰি শিশু, স্নায়ু, চৰ্ম, মেডিচিনকে ধৰি সকলো বিভাগৰ বহিঃবিভাগ মুকলি কৰা হৈছে ৰোগী সকলে আহি চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব পাৰিব বুলি উল্লেখ কৰি এই পৰ্যন্ত কোনো ধৰণৰ নিয়ম অবিহনে সেৱা উপলব্দ্ধ চিকিৎসালয়খন।

পৰবৰ্তীকালত ডিজিটেল মাধ্যমত চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব লাগিব বুলি উল্লেখ কৰি তেতিয়া ৰোগীৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হব বুলি জানিবলৈ দিয়ে। বৰ্তমান সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসক চিকিৎসালয়খনত উপলব্দ্ধ বুলিও সদৰি কৰে। অসমবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে আগবঢ়াত স্বাভাবিকতে আনন্দিত নামি অহা পৰিলক্ষিত জনসাধাৰণৰ মাজত ।

Leave A Reply

Your email address will not be published.