CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা।
৯৩.১২% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে পৰীক্ষাত।
পূৰ্বতকে উত্তীৰ্ণ ২ শতাংশ বৃদ্ধি পাইছে।
দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ২ লাখ শিক্ষাৰ্থী।
৯৯.৯১ শতাংশৰে থিৰুৱন্তপুৰমে লাভ কৰিছে শীৰ্ষ স্থান।