লাইমলাইটত আহিবলৈ অস্বাভাৱিক ৰূপত থাকে নেকি উৰ্ফি? শৰীৰত ফল লগাই ফটো আপলোড কৰিলে…

উৰ্ফি জাভেদে ফলেৰে পিন্ধিলে কাপোৰ! লাইমলাইটত থাকিবলৈ যিকোনো কাম কৰে নেকি উৰ্ফি জাভেদে। কেতিয়াবা অদ্ভুত কাপোৰ নাইবা কেতিয়াবা কথা-বতৰাৰ বাবে লাইমলাইটত থাকে উৰ্ফি। কিন্তু এইবাৰ উৰ্ফী জাভেদে এনেকুৱা এটা কাম কৰিছে যিটো ভিডিঅ’ দেখিলে আপুনিও আচৰিত হ’ব। প্ৰথমে চাওক কেইখন মান ফটো-

এই ফটোবোৰত উৰ্ফীয়ে ফল-মূলেৰে শৰীৰ ঢাকি ফল-মূল খাই থকা দেখা গৈছে। উৰ্ফি জাভেদৰ এই অস্বাভাৱিক ৰূপৰ ফটো চাই আচৰিত উৰ্ফি।

এই ফটোখনত উৰ্ফীয়ে কিউই ফল ব্ৰা আকাৰত পিন্ধিছে আৰু কেমেৰাৰ সন্মুখত প’জ দিছে। ছ’চিয়েল মিডিয়াত উৰ্ফীৰ এই লুক তীব্ৰ ভাইৰেল হৈ পৰিছে।

অভিনেত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত এই পোছাকৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে। অৱশ্যে বহু সময়ত উৰ্ফিক এই অস্বাভাৱিক ফেশ্বনৰ বাবেও ট্ৰ’লৰ সন্মুখীন হয়।

Related Articles