Breaking

ইউ এ ই ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ ফটোৰে পোহৰাই তুলিলে বুৰ্জ খলিফা

0 46

শনিবাৰে ইউ এ ই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো আৰু ত্ৰিৰংগাৰেৰে পোহৰাই তোলা হ’ল বুৰ্জ খলিফা।

আবুধাবিৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায় ক্ৰাউন প্ৰিন্স এইচ এইচ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে।

শক্তি, খাদ্য সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ মূল ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি নেতাসকলে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.