July 19, 2023 জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ! আহত দুজন প্ৰব্ৰজিত শ্ৰমিক… Share FacebookTwitterWhatsAppTelegramKooEmail জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। আক্ৰমণক লৈ অনন্তনাগত উত্তপ্ত পৰিস্থিতি। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুজন প্ৰব্ৰজিত শ্ৰমিক। ইতিমধ্যে সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। Related Articles “সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah দৈনন্দিন বাৰ্তা - April 25, 2025 পেহেলগামত শিহৰণকাৰী সন্ত্ৰাসবাদী আক্ৰমণ: পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত ২৬জন নিহত । Pahalgam Terror Attack দৈনন্দিন বাৰ্তা - April 23, 2025 দুই নগঞা বিধায়কে বজালে পঞ্চায়ত নিৰ্বাচনৰ ৰণ দুন্দুভি । Nagaon দৈনন্দিন বাৰ্তা - April 2, 2025