Breaking

যোৰহাটৰ পুলিবৰ ধাপকটা তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…

0 80

যোৰহাটৰ পুলিবৰ ধাপকটা তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মঙলবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ঘটে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে এখন ইক’ ভেনে এখন ট্ৰেলাৰত খুন্দা মাৰে।

এই পথ দুৰ্ঘটনাত ১০তকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। লগতে এটি শিশু মৃত্যু মুখত পৰে। গুৰুতৰভাৱে আহত লোকসকলক ইতিমধ্যে JMCH লৈ নিয়া হৈছে আৰু বৰ্তমানে তাতে তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে।

Leave A Reply

Your email address will not be published.