Breaking

উত্তৰাখণ্ডত ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ ফলত মৃত্যু ১৫জন লোকৰ…

0 59

উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা। ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ ফলত মৃত্যু ১৫জন লোকৰ। আহত বহু লোকক চামলি জিলা চিকিত্সালয়ত ভৰ্তি।

এজন আৰক্ষী উপ-পৰিদৰ্শক, ৫জন গৃহৰক্ষী জোৱানৰ মৃত্যু। চামলি জিলাৰ অলকানন্দা নদীৰ সমীপত এই ঘটনা। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা।

নমামি গংগা প্ৰকল্পৰ সমীপত এই শোকাৱহ ঘটনা। ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ পুষ্কৰ সিং ধামিৰ।

Leave A Reply

Your email address will not be published.