Breaking

কাইলৈ সন্ধিয়ালৈ খোলা থাকিব বিদ্যালয় ! বিদ্যালয়ত দেখুৱাব লাগিব চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং…

0 101

বিদ্যালয় চৌহদত চন্দ্ৰযান–৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে।

বিদ্যালয়ৰ ওচৰ–পাজৰৰ ছাত্ৰ–ছাত্ৰীকো লাইভ ষ্ট্ৰিমিং চাবলৈ আমন্ত্ৰণ জনোৱাৰ আহ্বান। বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযান–৩ চন্দ্ৰমাৰ বুকুত অৱতৰণৰ আশা কৰা হৈছে। 

২৩ আগষ্টৰ সন্ধিয়ালৈ এতিয়া অকল ভাৰতবাসীয়ে নহয় অপেক্ষা কৰিছে বিশ্বয়ো। কিয়নো এই দিনটোতেই চন্দ্ৰ অধ্যয়নৰ এক নতুন অধ্যায় সূচনা হোৱাৰ লগতে ইতিহাস ৰচনা কৰিব ভাৰতে।

Leave A Reply

Your email address will not be published.