Breaking

ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত গবেষণা, বৌদ্ধিক আৰু অৰ্থনৈতিক কোষৰ সৈতে সংবাদ বিভাগৰ এখন সন্মিলিত বৈঠক অনুষ্ঠিত…

0 65

আমি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা
সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা ,মুখ্যমন্ত্ৰী, ৰাজনৈতিক সচিব সাংসদ পবিত্ৰ মাৰৰ্ঘেটা কোষ সমুহৰ তত্ববধায়ক

মনোজ বৰুৱাৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ নীতি গবেষণা, বৌদ্ধিক আৰু অৰ্থনৈতিক কোষৰ সৈতে সংবাদ বিভাগৰ এখন সন্মিলিত বৈঠক অনুষ্ঠিত হয় ।


উক্ত বৈঠকত সকলো মুখপাত্ৰ, পেনেলিষ্ট আৰু সংবাদ বিভাগৰ কাৰ্যকৰ্তা সকলৰ সৈতে কোষ সমুহৰ আহ্বায়ক সহঃ আহ্বায়ক আৰু সদস্য সকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.