Breaking

২০ বছৰীয়া কেৰিয়াৰত ৪১খন ছবি, কিন্তু হিট ছবি কেইখন? আজি জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াৰ ৪৩ সংখ্যক জন্মদিন…

0 109

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াৰ ৪৩ সংখ্যক জন্মদিন। নেহাই ২০ বছৰীয়া চলচ্চিত্ৰ জীৱনত ৪১খন ছবি নিৰ্মাণ কৰিছে। বলীউডৰ অভিনেত্ৰী নেহা ধুপীয়াই আজিও স্বীকৃতি লাভ কৰিছে তেওঁৰ শক্তিশালী চৰিত্ৰৰ বাবে। কিন্তু আপুনি জানেনে দীৰ্ঘদিনীয়া চলচ্চিত্ৰ কেৰিয়াৰ থকাৰ পিছতো অভিনেত্ৰীগৰাকীৰ মাত্ৰ এখন বা দুখনহে হিট ছবি আছে। ২০০২ চনত নেহা ধুপিয়াই মিছ ইণ্ডিয়া হয় আৰু তাৰ পিছত সেই বছৰতে ভাৰতক মিছ ইউনিভাৰ্ছত প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত নেহা ধুপিয়া ফিল্মছে টিভি অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৩ চনত বলীউডত অভিষেক ঘটোৱাৰ পিছত অভিনেত্ৰীগৰাকীৰ ভাগ্য উজ্বলি উঠিছিল যদিও প্ৰথমখন ছবিয়ে হিট কেটেগৰীত প্ৰৱেশ কৰিব নোৱাৰিলে।

আজি বলিউদ তথা টি ভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপীয়াই ৪৩ বছৰত ভৰি দিলে।

Leave A Reply

Your email address will not be published.