নতুন দিল্লীত জাৰি ১৪৪ ধাৰা ! ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা… প্ৰশাসন By দৈনন্দিন বাৰ্তা Last updated Aug 30, 2023 0 99 Share নতুন দিল্লীত জাৰি ১৪৪ ধাৰা। ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা। ড্ৰোন উৰণত নিষেধাজ্ঞা দিল্লী প্ৰশাসনৰ। G20 বৈঠকৰ বাবে জাৰি কৰা হ’ল এই নিৰ্দেশনা। দুদিনৰ বাবে বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান। DELHI 0 99 Share