চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্ত হ’ল চৰাইদেউ জিলাত… অসম By দৈনন্দিন বাৰ্তা Last updated Sep 1, 2023 0 173 Share চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্ত হ’ল চৰাইদেউ জিলাত৷ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিলে মন্ত্ৰী যোগেন মহনে৷ পূৰ্বে নাজিৰা মহকুমাত আছিল মৈদাম ক্ষেত্ৰ৷ ASSAM 0 173 Share