Breaking

যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত…

0 54

যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড।

প্লাষ্টিক আৰু কাৰ্টুনৰ ডেম্পত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা।

Leave A Reply

Your email address will not be published.