Breaking

জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা…

0 79

জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা৷

বসুন্ধৰা গেছ এজেঞ্চিৰ সন্মুখত সংঘটিত হয় এই দূৰ্ঘটনা৷

ৰৈ থকা ট্ৰাকত খুন্দা মাৰিলে BREEZA বাহনে৷

তেজপুৰৰ পৰা জামুগুৰিহাটলৈ আহি আছিল ব্ৰীজা বাহনখনত অহা দুগৰাকী আৰোহি৷

দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ব্ৰীজা বাহনখনৰ চালকসহ আনগৰাকী৷

দূৰ্ঘটনা সংঘটিত কৰা ব্ৰীজা বাহনখনৰ নম্বৰ AS-12-AF-8500 আৰু ৰৈ থকা ট্ৰাকখনৰ নম্বৰ AS-12-AC-0875

আহত দুয়োগৰাকীকে আৰক্ষীয়ে ধলাইবিলস্থিত উত্তৰ জামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

Leave A Reply

Your email address will not be published.