Breaking

হাৰিয়ানাৰ দিল্লী ৰোডত বিধ্বংসী অগ্নিকাণ্ড…

0 88

হাৰিয়ানাৰ দিল্লী ৰোডত বিধ্বংসী অগ্নিকাণ্ড।

গাড়ীৰ এটা শ্ব’ৰোমত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত ভস্মীভূত কেইবাখনো বাহন।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

Leave A Reply

Your email address will not be published.