‘পূজাৰ সময়ত অসমত হ’ব ন-বোৱাৰী সন্মিলন । হিতাধিকাৰীৰ সৈতে ছেলফি তুলিব মহিলা মৰ্চাই।
আগতে সূতা-কম্বলৰ পিছত দৌৰিবলগীয়া হৈছিল মহিলাই। আজি মহিলাৰ নিজৰ একাউণ্ট আছে, সহায় তাত সোমায়।
‘ ২০২৪ৰ নিৰ্বাচনৰ বাবে মহিলা মৰ্চাৰ ৰোড মেপ সন্দৰ্ভত ৰাজ্যিক মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাৰ মন্তব্য।