গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি বুদি হাবুঙে শপত গ্ৰহণ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নং আদালত কক্ষত মাননীয় মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই বুদি হাবুঙক

অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায়।

Related Articles