Breaking

আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন…

0 61

আজিৰ পৰা সংসদৰ বিশেষ অধিৱেশন।

৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন।

অধিৱেশন খনত উত্থাপন হ’ব ৮খন বিধেয়ক।

অধিৱেশনত চৰ্চা হ’ব সংসদৰ ৭৫ বৰ্ষীয় পৰিক্ৰমাৰ।

নতুন সংসদ ভৱনলৈ স্থানান্তৰ কৰা হ’ব অধিৱেশন।

CECৰ নিযুক্তি সন্দৰ্ভত উত্থাপন হ’ব বিধেয়ক।

জ্যেষ্ঠ নাগৰিক, অনুসূচিত জাতি-জনজাতি সম্পৰ্কীয় বিধেয়কো উত্থাপন হ’ব।

Leave A Reply

Your email address will not be published.