‘কোনো বিদ্যালয় বন্ধ নহয় ৷ বহনক্ষম ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ’ব৷
৩০ গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণ কৰা হ’ব’৷
১১ হাজাৰ বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সামাজিক মাধ্যমত স্পষ্টীকৰণ৷