আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ব ওৰং ৰাষ্ট্ৰীয় উদ্যান… অসম By দৈনন্দিন বাৰ্তা Last updated Oct 1, 2023 0 64 Share আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ওৰং ৰাষ্ট্ৰীয় উদ্যান । ক্ষন্তেক পিছত মুকলি হ’ব ওৰং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ দোৱাৰ। দিনৰ ১০ বজাত মুকলি হ’ব ওৰং ৰাষ্ট্ৰীয় উদ্যান। ASSAM 0 64 Share