গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা… দুৰ্ঘটনা By দৈনন্দিন বাৰ্তা Last updated Oct 2, 2023 0 70 Share গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাহনৰ। গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৮জনকৈ লোক। আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি। ACCIDENT 0 70 Share