দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা… দুৰ্যোগ By দৈনন্দিন বাৰ্তা Last updated Oct 2, 2023 0 48 Share দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা। ৰাজপথত বাগৰি পৰে যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰাক। দুৰ্ঘটনাত প্ৰায় ১০ গৰাকী কিউবাৰ প্ৰব্ৰজনকাৰী নিহত, গুৰুতৰভাৱে আহত ২৫গৰাকী। ACCIDENT 0 48 Share