Breaking

GMCৰ উচ্ছেদক কেন্দ্ৰ কৰি ফাঁচীবজাৰত উত্তপ্ত পৰিস্থিতি…

0 80

GMCৰ উচ্ছেদক কেন্দ্ৰ কৰি ফাঁচীবজাৰত উত্তপ্ত পৰিস্থিতি। বিষ্ণু দাস নামৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষোভ।

বিষ্ণু দাসে পাণবজাৰ আৰক্ষীৰ বিৰুদ্ধে বছৰি ১০ কোটি টকাকৈ সংগ্ৰহৰ ভয়ংকৰ অভিযোগ আনিছিল।

বিষ্ণু দাসৰ অভিযোগৰ পাছতে ক্ষুব্ধ হৈ পৰে আন ব্যৱসায়ীসকল। পাণবজাৰ আৰক্ষীয়ে আটক কৰে ব্যৱসায়ী বিষ্ণু দাসক।

Leave A Reply

Your email address will not be published.