Breaking

মুকলি আকাশৰ তললৈ আহিল মোহিত হোজাই…

0 193

মুকলি আকাশৰ তললৈ আহিল মোহিত হোজাই৷

১৪ বছৰ পাছত মুক্ত আকাশৰ তলত প্ৰাক্তন ASDCৰ নেতা মোহিত হোজাই৷ ২০০৯ চনত দিছপুৰ আৰক্ষীয়ে হাফলঙৰ পৰা গ্ৰেপ্তাৰ কৰিছিল হোজাইক৷

ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন CEM মোহিত হোজাই৷ ১ কোটি টকাসহ আৰক্ষীৰ জালত পৰিছিল মোহিত হোজাই৷

Leave A Reply

Your email address will not be published.