ফটাশিল আমবাৰীত চোৰৰ লুটপাট ! মহানগৰ আৰক্ষীৰ জালত নাবালকসহ ৭টাকৈ চোৰ… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Oct 20, 2023 0 87 Share ফটাশিল আমবাৰীত চোৰৰ লুটপাট৷ এখন স্কুটাৰসহ উদ্ধাৰ ৮টাকৈ চুৰি মোবাইল৷ মহানগৰ আৰক্ষীৰ জালত নাবালকসহ ৭টাকৈ চোৰ৷ ধৃত চোৰকেইটা পৃথ্বী গুপ্তা, ৰোহন ৰয়, অমন গীল, চালাম মিঞা, জিয়াৰুল হক, সজল হক৷ CRIME 0 87 Share