Breaking

মৰিগাওঁ চহৰৰ নিচেই কাষত পূৰা বজাৰত অত্যাধুনিক বাছ সেৱাৰ কেন্দ্ৰ মুকলি…

0 131

মৰিগাওঁ চহৰৰ নিচেই কাষত পূৰা বজাৰত অত্যাধুনিক বাছ সেৱাৰ কেন্দ্ৰ মুকলি কৰিছে স্বত্বাধিকাৰী মগৰ আলীয়ে। এতিয়া পৰা মৰিগাঁও বাসীৰ যুৱক যুৱতীয়ে কৰ্ম সূত্ৰে বিদেশলৈ যোৱাৰ বাবে ৰেল অথবা জাহাজৰ বাবে অপেক্ষা কৰি থাকিব নেলাগে।

মৰিগাঁওৰ পৰা প্ৰতিদিনেই কলকাতা, চেন্নাই, বেংঙালুৰ, কেৰেলা, কুচবিহাৰ আদি ঠাইলৈ যাৱ বিচৰা যাত্ৰী সকলৰ বাবে অত্যাধুনিক বাছ সেৱা ব্যাৱস্থা কৰিছে মৰিগাঁও জিলাৰ মগৰ আলীয়ে।

গাড়ীখনৰ ভিতৰত পাব এচি,ফ্ৰি ওৱাইফাই, মোবাইল চাৰ্জ,হলডিং ছিট আৰু প্ৰয়োজনীয় বহুতো সুবিধা। বহি ৰাজ্যলৈ যাব বিচৰা ইচ্ছুক ব্যাক্তি সকলক 9085499317 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বত্বাধিকাৰী মগৰ আলীয়ে।

Leave A Reply

Your email address will not be published.