Breaking

চিনেমাৰ কায়দাৰে কাৰাগাৰত ভয়ংকৰ ঘটনা!

0 89

চিনেমাৰ কায়দাৰে কাৰাগাৰত ভয়ংকৰ ঘটনা।


যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ আক্ৰমণ আন কয়দীক।


আবুল কালাম নামৰ কয়দীজনে আক্ৰমণ কৰাৰ অভিযোগ।


৩ মাহ পূর্বে হত্যাৰ গোচৰত জে’ললৈ গৈছিল আবুল কালাম।


পূৰ্বৰ শত্ৰুতাৰ বাবে লোককেইজনক আক্ৰমণ কৰাৰ সন্দেহ।


আবুলৰ আক্ৰমণত আহত আব্দুল মোতালিব, ৰুহুল আমিন,
আজিজুৰ ৰহমান আৰু জয়নাল আবেদিনকো আক্ৰমণ।


গুৰুতৰভাৱে আহতসকলক LMCH আৰু AMCHত ভর্তি।

Leave A Reply

Your email address will not be published.