Breaking

শিৱসাগৰত সংকল্পিত মহা পাল নাম শুভাৰম্ভ

0 100


ওঁ নমো ভগৱতে বাসুদেৱায় !! জয় গুৰু শংকৰ , এই অমৃত বাক্য ফাকিৰে মঙলবাৰৰ পৰা শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত সংকল্গিত মহা পাল নাম অনুষ্ঠিত কৰা হৈছে।

সদৌ অসম কৃষ্ণ সূয্য নাম সমাজৰ সৈাজন্যত অসমবাসী ৰাইজৰ সহযোগত আৰু শিৱসাগৰ বাসীৰ আতিথ্যত অনুষ্ঠিত হোৱা মহা পালনামৰত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে আৰু আই মাতৃ সকলে নামেৰে শিৱসাগৰ নগৰৰ আকাশ বতাহ ভক্তিময় কৰি তোলে ।

ঘোলাঘাট ,ডিব্ৰুগৰ , মৰাণ আদি ঠাইৰ পৰাও ভক্তি প্ৰাণ ৰাইজৰ আগমন ঘটে ।ৰন্ধন শালত মাজুলী আৰু টীয়কৰ ভক্ত প্লাণ ৰাইজে সেৱা আগবঢ়াই ।

-সমুদ্ৰ জিৎ গগৈ, শিৱসাগৰ ।

Leave A Reply

Your email address will not be published.