Breaking

৬ মাহৰ বাবে ভিছা অবিহনে থাইলেণ্ডত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই

0 48

ভাৰত আৰু টাইৱানৰ যাত্ৰীসকলৰ বাবে ৬ মাহৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে থাইলেণ্ডে।

ভাৰত আৰু টাইৱানৰ পৰা অহা পৰ্যটকসকলে ২০২৩ চনৰ ১০ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১০ মে’ৰ ভিতৰত ভিছা অবিহনে থাইলেণ্ডত প্ৰৱেশ কৰিব পাৰিব।

এয়া পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰয়াস থাইলেণ্ডৰ।

চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে থাইলেণ্ডলৈ ২ কোটি ২০ লাখ দৰ্শনাৰ্থীক আদৰণি জনাইছে, যাৰ ফলত ২৫.৬৭ বিলিয়ন ডলাৰ ৰাজহ উপাৰ্জন হৈছে।

Leave A Reply

Your email address will not be published.