আজি বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ… ক্রীড়া-জগত By দৈনন্দিন বাৰ্তা Last updated Nov 28, 2023 0 62 Share আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন। মেচখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উছাহ৷ টীম ইণ্ডিয়াক জনাওক শুভেচ্ছা। ASSAMindiasports 0 62 Share