Breaking

T-20ৰ বাবে যান-বাহন আৰক্ষীৰ বিশেষ পথ নির্দেশনা

0 81

২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ নিষেধাজ্ঞা।


দুপৰীয়া ১২ৰ পৰা নিশা ১২ বজালৈ এই নির্দেশনা।
গধুৰ যান-বাহন আৰু বাণিজ্যিক বাহনৰ প্ৰৱেশত বাধা।
সামগ্রী কঢ়িওৱা বাহন, তিনিচকীয়া বাহন AK আজাদ ৰোডত প্ৰৱেশত বাধা।
আজি দুপৰীয়া ১২ৰ পৰা নিশা ১২ বজালৈ এই নির্দেশনা।


আজি বিয়লি ৩ বজাৰ পৰা AKআজাদ ৰোড হ’ব ONE WAY।
চাইকেল ফেক্টৰীৰ দিশৰ পৰা লখৰা চাৰিআলিলৈ বাহন চলাচলত বাধা।
খেলৰ কাৰপাছ থকা বাহনৰ বাবেহে পথছোৱাৰে চলাচলৰ অনুমতি।


আজি বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ হ’ব ONE WAY।
পথছোৱাৰে চলাচলৰ অনুমতি পাব খেলৰ কাৰপাছ থকা বাহনেহে।
স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনে পাব প্ৰৱেশৰ অনুমতি।

Leave A Reply

Your email address will not be published.