Breaking

অনুষ্কা শইকীয়াৰ মৃত্যুৰ আঁৰত প্ৰকৃততে কোন ! গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত মৃত্যুৰ ঘটনাৰ নতুন ৰহস্য়…

0 168

গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাই নতুন প্ৰতিদিনে মোৰ লৈছে। আজি দিছপুৰ থানাত অনুষ্কা শইকীয়াৰ প্ৰেমিক ৰাহুল শইকীয়া হাজিৰ হ’ব লাগিব।

অনুষ্কাৰ মৃত্যুত ৰাহুলৰ নাম সাঙুৰ খাইছিল। শনিবাৰে নিশা ৰাহুল-অনুষ্কাৰ মাজত কোনো কথাক লৈ মতানৈক্য হৈছিল।

কোনো অন্য যুৱক সন্দৰ্ভত দুয়োৰে মাজত অনুষ্কা আৰু কাজিয়া হোৱাৰ কথা বনকৰা মহিলা জুনুৱে সদৰি কৰিছে। সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.