আলফা (স্বাঃ)ৰ ৪ কেডাৰৰ আত্মসমৰ্পণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য… অসম By দৈনন্দিন বাৰ্তা Last updated Nov 29, 2023 0 53 Share ‘আলফা (স্বাঃ)ৰ সদস্যই আত্মসমৰ্পণ কৰা কথাত মই বেছি গুৰুত্ব নিদিও। মই বিচাৰো পৰেশ বৰুৱা সোনকালে আমাৰ মাজলৈ আহক’। আলফা (স্বাঃ)ৰ ৪ কেডাৰৰ আত্মসমৰ্পণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ASSAMHIMANTA BISWA SARMA 0 53 Share