Breaking

ৰাজ পথত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী !উত্তপ্ত মায়ঙৰ ঝাৰগাওঁ বজাৰ…

0 64

যোৱা কালি আবেলি মায়ঙৰ ঝাৰগাওঁ বজাৰত সংগঠিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।কেই গৰাকী উদ্বণ্ড যুৱকৰ প্ৰহাৰত মৃত্যু হৈছিল সূৰ্য্য লাল দাস নামৰ এজন দোকানীৰ।

তাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলত বিৰাজ কৰিছিল এক চেপা উত্তেজনাৰ। আৰু আজি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কৰি অনাৰ পিছত মৃতদেহ লৈ ঝাৰগাওঁ বজাৰত ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখা যায়।

ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে ঘটনাত জড়িত দুজন লোকক আটক কৰিছে যদিওঁ আটকাধীন লোক কেইজনক উচিত শাস্তি দিবলৈ অনুৰোধ কৰিছে স্হানীয় ৰাইজে ৷

Leave A Reply

Your email address will not be published.