এতিয়াৰে পৰা চৰকাৰী সভাত নাপাব ভাত, পেকেট লাঞ্চ
চৰকাৰী অনুষ্ঠানত কেৱল চাহ-বিস্কুটেৰে অতিথিক আপ্যায়ন কৰিব লাগিব।
যোগান ধৰিব পাৰিব বিশুদ্ধ পানী।
চৰকাৰী অনুষ্ঠানত অতিথিৰ নামত অযথা ব্যয় কৰিব নোৱাৰিব।
ব্যয় সংকোচন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ।
Breaking