Breaking

আজি পুৱা লাডাখত ৩.৪ প্ৰাব্যলৰ ভূমিকম্প…

0 45

বৃদ্ধি পাইছে ভূমিকম্পৰ প্ৰকোপ।

আজি পুৱা লাডাখত ৩.৪ প্ৰাব্যলৰ ভূমিকম্প।

কম তীব্ৰতাৰ বাবে কোনো ধৰণৰ জীৱন বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।

Leave A Reply

Your email address will not be published.