মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা বিজেপিৰ বাবে আহিছে ভাল খবৰ, মধ্যপ্ৰদেশত বিজেপিৰ প্ৰচণ্ড বহুমত,
ছত্তীশগড়তো সলনি হৈছে পৰিৱেশ, একমাত্ৰ তেলেংগানাতহে কংগ্ৰেছৰ অগ্ৰগতি,
সময় যিমানেই গৈছে সিমানে সলনি হৈছে পৰিৱেশ । পুৱা ৮ বজাৰ আৰম্ভ হোৱা ভোটগণনাই ৩ ঘণ্টা অতিক্ৰম কৰিছে।