Breaking

ৰাজস্থানৰ মুখ্যমন্ত্ৰী গেহলটে দেওবাৰে সন্ধিয়া ৰাজ্যপালক প্ৰদান কৰিব পদত্যাগ পত্ৰ!

0 83

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে সন্ধিয়া ৰাজ্যপাল কলৰাজ মিশ্ৰৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিব বুলি খবৰ প্ৰকাশ পাইছে।

বিধানসভা নিৰ্বাচনৰ ফলাফলত ৰাজ্যখনত বিজেপি পুনৰ ক্ষমতালৈ আহিব বুলি প্ৰমাণিত হৈছে।

খবৰ অনুসৰি, গেহলটে সন্ধিয়া ৫.৩০ বজাত ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা আছে।

Leave A Reply

Your email address will not be published.