Breaking

গাজাত নিহত ইজৰাইলৰ কেবিনেট মন্ত্ৰী গাদি আইজেনকোটৰ পুত্ৰ…

0 54

গাজাত নিহত ২ জন সৈনিকৰ ভিতৰত যুদ্ধৰ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন আইডিএফৰ মুৰব্বী আইজেনকটৰ পুত্ৰ।

২৫ বছৰীয়া গাল মেইৰ আইজেনকোট আছিল ৬৯৯ বেটেলিয়নৰ সদস্য।

আইজেনকোটৰ লগতে নিহত ছৰ্জেণ্ট মেজৰ জোনাথন ডেভিড ডেইটছ।

হামাছৰ বিৰুদ্ধে গাজাষ্ট্ৰীপত চলি থকা যুদ্ধত নিহত ২গৰাকী সেনা বিষয়া।

ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে সদৰী কৰিছে এই তথ্য।

আইজেনকটৰ মৃত্যুত সকলোৱে ৰাজনৈতিক নেতা সকলে শোক প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.