Breaking

আজি অসম গ্ৰামীণ জীৱিকা অভিযানত ৫৯৯গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান…

0 102

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ৫৯৯ গৰাকী প্ৰাৰ্থী আৰু লোক নিৰ্মাণ বিভাগৰ দ্বাৰা ২৪০ গৰাকী পদৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave A Reply

Your email address will not be published.