Breaking

খানাপাৰাত নিশা বিধ্বংসী অগ্নিকাণ্ডত দপদপাই জ্বলি উঠিল এখন মালবাহী ট্ৰাক…

0 52

মহানগৰীৰ খানাপাৰাত নিশা বিধ্বংসী অগ্নিকাণ্ড। দপদপাই জ্বলি উঠিল এখন মালবাহী ট্ৰাক।

যোৰাবাটৰ পৰা মহানগৰী অভিমুখে আহিছিল ট্ৰাকখন। যান্ত্ৰিক বিজুতিৰ ফলত ট্ৰাকখন জ্বলাৰ সন্দেহ। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ট্ৰাকখন।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই। দুঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে বহু বাহন।

Leave A Reply

Your email address will not be published.