২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা মাৰুতি চুজুকি, টাটা মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, হোণ্ডা, অ’ডি আৰু মাৰ্চিডিজ বেঞ্জে নিজৰ বাহনৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
মূল্যবৃদ্ধিৰ পৰিমাণ প্ৰায় ২-৩% হ’ব বুলি অনুমান কৰা হৈছে।
টাটা মটৰ্ছে বাণিজ্যিক বাহনৰ মূল্য ৩% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।