Breaking

আজি জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে সিদ্ধান্ত…

0 63

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি SCত গুৰুত্বপূৰ্ণ ৰায়দান।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া সাংবিধানিক বিচাৰপীঠে দিব ৰায়।
জম্মু-কাশ্মীৰে হেৰুৱাইছিল বিশেষ ৰাজ্যৰ মৰ্যাদা।


২০১৯ চনৰ ৯ আগষ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিছিল অনুচ্ছেদ ৩৭০ ধাৰা।
অনুচ্ছেদ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছিল ২২খনকৈ আবেদন।
চূড়ান্ত ৰায়ৰ প্ৰাকমুহূৰ্তত জম্মু-কাশ্মীৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

Leave A Reply

Your email address will not be published.