ৰাজ্যসভাত শুকুৰবাৰে নামাজৰ বাবে দিয়া ৩০ মিনিটৰ বিৰতিৰ পৰিসমাপ্তি

ৰাজ্যসভাত শুকুৰবাৰে নামাজৰ বাবে দিয়া অতিৰিক্ত ৩০ মিনিটৰ বিৰতি আঁতৰাই দিলে জগদীপ ধনখড়ে।
নিয়ম সলনি কৰিলে।
এতিয়াৰে পৰা নামাজৰ বাবে ৩০ মিনিটৰ বিৰতি সমাপ্ত।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সলনি কৰিলে ৰাজ্যসভাৰ প্ৰচলিত এই নিয়ম।


অধিৱেশনৰ সময়ত সদন এৰি নামাজ পঢ়িবলৈ যাব নোৱাৰিব সদস্যসকলে ।
পূৰ্বে শুকুৰবাৰে ২ বজাৰ পৰিৱৰ্তে ২.৩০ বজাৰ পৰা পুনৰ বহিছিল ৰাজ্যসভা।

Related Articles