Breaking

শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত সাংবাদিক নিৰ্মল দাস স্মাৰক বক্তৃতানুষ্ঠান

0 38

দেওবাৰে শোনিতপুৰ জিলাৰ তেজপুৰৰ ঐতিয্যমণ্ডিত তেজপুৰ সাহিত্য সভাৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয় সাংবাদিক নিৰ্মল দাস স্মাৰক বক্তৃতানুষ্ঠান।

বক্তৃতানুষ্ঠানৰ বিষয়: ভাৰতীয় সংবিধানৰ প্ৰমূল্য,গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সাংবাদিকতা।

এই কাৰ্যসূচীত আমন্ত্ৰিত অতিথি বক্তা, অধ্যাপক ড° অখিল ৰনজন দত্তই বক্তব্য প্ৰদান কৰাৰ লগতে শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ বিষয়ববিয়াসকলৰ লগত নিৰ্মল দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ নাথে এই অনুষ্ঠানৰ আঁত ধৰে। সভাত বিভিন্নজন গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.