Breaking

চৰকাৰী দৰমহা টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ

0 105

চৰকাৰী দৰমহা টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ!

এটাৰ পিছত এটা ঘোচখোৰ আটক এইখন অসমত।

এইবাৰ হাত দাঙিলে জলসিঞ্চন বিভাগৰ সৰভোগ-জনীয়া সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসে।

দেওবাৰে বৰপেটাত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ দলে ঠিকাদাৰৰ পৰা ঘোচ লৈ থকা সময়তে কৰায়ত্ত কৰে কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসক।

Leave A Reply

Your email address will not be published.